अर्थ : যিজন গুজৰাটৰ নিবাসী
उदाहरणे :
গুজৰাটত হোৱা ভূমিকম্পই কিমান যে গুজৰাটীক অঘৰী কৰিলে
समानार्थी : গুজৰাট বাসী, গুজৰাট-বাসী
अर्थ : গুজৰাট ৰাজ্যৰ ভাষা
उदाहरणे :
গুজৰাটীলোকৰ মাজত থাকি থাকি ্তেওঁ গুজৰাটী কʼবলৈ ধৰিলে
समानार्थी : গুজৰাটী ভাষা
अर्थ : গুজৰাটত থকা বা বসতি কৰা
उदाहरणे :
গুজৰাটী লোকে বহুত পৰিশ্রম কৰিব পাৰে
अर्थ : গুজৰাটী ভাষাৰ সৈতে সম্বন্ধ থকা বা গুজৰাটী ভাষাৰ
उदाहरणे :
তেওঁ নৰসিংহ মেহতাই লিখা গুজৰাটী গ্রন্থ পঢ়ি আছে
अर्थ : গুজৰাট সম্বন্ধীয়
उदाहरणे :
নৱৰাত্রিত গুজৰাটী লোকে দাণ্ডি নৃত্য কৰে