सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : সংগীত পৰিৱেশনাত গোৱা পদ ছন্দ বা বাক্য
उदाहरणे : এইখন গানৰ কিতাপ কোনে মধুৰ সুৰেৰে এই গীতটো গায় আছে ?
समानार्थी : গান
अर्थ : গোৱা কার্য ্বা ভাব
उदाहरणे : আমি আজি পণ্ডিত যশৰাজৰ গীতৰ আনন্দ লʼম
समानार्थी : কথা, গানবাজনা, গীতবাজনা, গীতবাদ্য, গীতমাত, গীতি, ধুন, পদ, বোল, সংগীত, সঙ্গীত
स्थापित करा