सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : গিলা কার্য
उदाहरणे : সাপটোৱে এটা ভেকুলী গিলাৰ পিছত দ্বিতীয় ভেকুলীৰ ফালে বেগাই গʼল
अर्थ : মুখৰ সহায়ত খাদ্য আদি পেটলৈ লৈ যোৱা কার্য
उदाहरणे : লʼৰাজনৰ ভাত খোৱা হʼল বেমাৰীজনে ঔষধটো গিলিলে
समानार्थी : আহাৰ কৰা, খোৱা, ভক্ষণ কৰা, ভোজন কৰা
अर्थ : মদ সেৱন কৰা
उदाहरणे : উৎসৱৰ দিনাখনো তেওঁ ্খায়
समानार्थी : খোৱা, পান কৰা
अर्थ : খাদ্যনলীৰে কোনো বস্তু ডিঙিৰ তল অংশলৈ লৈ যোৱা
उदाहरणे : সাপে ভেকুলীটো গিলি থʼলে
समानार्थी : গিলি থোৱা
स्थापित करा