सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো বস্তু বা মানুহ আদি এঠাইৰ পৰা আন এঠাইলৈ লৈ যাব পৰা চকা থকা বাহন
उदाहरणे : আমি ৰাস্তাত থিয় হৈ যিকোনো গাড়ী অহালৈ বাট চাই আছিলোঁ
अर्थ : মটৰ বা যন্ত্রৰে চলা চাৰিচকীয়া বাহন
उदाहरणे : তেওঁ ্ গাড়ীৰে চহৰৰ ফালে গৈছে
समानार्थी : মটৰ, মটৰ গাড়ী
स्थापित करा