पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील গাঞ্জা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

গাঞ্জা   বিশেষ্য

अर्थ : ভাং গছৰ নিচিনা এবিধ উদ্ভিদ যাৰ গুটিৰ পৰা ওলোৱা ধোঁৱা নিচা লাগিবৰ কাৰণে পান কৰা হয়

उदाहरणे : তেওঁ নিজৰ খেতি পথাৰত গাঞ্জাৰ খেতি কৰি আছে

समानार्थी : গঞ্জিকা, গাঞ্জাগছ

अर्थ : দেহত ৰাগী লগোৱাৰ কাৰণে সঘনে ব্যৱহাৰ হোৱা এবিধ উদ্ভিদৰ পূৰঠ পাত আৰু গুটি বিশেষ যাক ধোঁৱা হিচাপে সেৱন কৰা হয়

उदाहरणे : গাঞ্জা সেৱন কৰাটো স্বাস্থ্যৰ কাৰণে যথেষ্ট হানিকাৰক

अर्थ : এবিধ উদ্ভিদৰ গুটি, পাত আদি যাক চিলিমৰ যোগেদি পান কৰা হয়

उदाहरणे : গাঞ্জা খোৱাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক

समानार्थी : গঞ্জিকা, গাঁজা, গাজা

चौपाल