अर्थ : কোনো তৰল পদার্থৰে শৰীৰ তিওৱা কার্য
उदाहरणे :
তুমিচোন ঘামেৰে গা-ধুই পেলালা
अर्थ : শৰীৰ চাফা কৰিবলৈ পানীৰে ধোৱা কার্য
उदाहरणे :
ককাদেউতাই জাৰৰ দিনত কুহুমীয়া পানীৰে গা-ধোৱে
समानार्थी : প্রক্ষালন কৰা, স্নান কৰা
अर्थ : যিজনে স্নান কৰিছে
उदाहरणे :
গা-ধোৱা ব্যক্তিজনে ফাকু খেলিবলৈ হোহঁ্কা-পিছলা কৰি আছিল
समानार्थी : স্নাত