पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील গলা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

গলা   বিশেষ্য

अर्थ : কোমলতা, তীব্রতা, ডাঙৰ-সৰু আদি কৰি কʼব পৰা শ্্ব্দ যি প্রাণীৰ কণ্ঠৰ পৰা ওলায়

उदाहरणे : তেওঁৰ ্ মাতটো বৰ মিঠা

समानार्थी : কণ্ঠ, বোল, মাত, স্বৰ

अर्थ : মূৰটোক ধৰি ৰখা দেহৰ অংগ:জিৰাফৰ ডিঙি বৰ দীঘল

उदाहरणे :

समानार्थी : কণ্ঠদেশ, গল, গ্রীৱাদেশ, টেঁটু, ডিঙি, নেলু

अर्थ : কোট, কামিজ আদিৰ ডিঙি অংশৰ চাৰিওফালে থকা পটী

उदाहरणे : তেওঁ ্ কলাৰ থিয় কৰি গৈ আছে

समानार्थी : কলাৰ

अर्थ : খোৱা আহাৰ পেটলৈ যোৱা আৰু শ্্ব্দৰ সৃষ্টি হোৱা ডিঙিৰ অংশ বিশেষ

उदाहरणे : সমুদ্র মন্থনৰ পৰা ওলোৱা হলাহল পান কৰি ভগৱান শিৱৰ কণ্ঠ নীলা হৈ গৈছিল

समानार्थी : কণ্ঠ

अर्थ : গলি থকা এক অৱস্থা

उदाहरणे : বৰফ গলাৰ কাৰণেই গংগা, ব্রহ্মপুত্র আদি নদী কেতিয়াও নুশুকায়

अर्थ : শৰীৰৰ থুতৰিৰ তলত আৰু কান্ধৰ ওপৰৰ অৱস্থিত আগভাগ

उदाहरणे : পুৰুষৰ কণ্ঠৰ ঘটিকা দেখা যায়

समानार्थी : কণ্ঠ, গল

গলা   ক্ৰিয়া

अर्थ : গৰমত কোনো গোটা বস্তু জুলীয়া হৈ যোৱা

उदाहरणे : বৰফ বেছি সময় বাহিৰত থʼলে গলি যায়

समानार्थी : গলি যোৱা

चौपाल