पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील গর্জন शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

গর্জন   বিশেষ্য

अर्थ : ডাঙৰ শ্্ব্দ কৰা কার্য

उदाहरणे : মেঘৰ গর্জন আৰু বিজুলীৰ চমকনিৰ সৈতে ভয়ংকৰ বৰষুণ দিছে

समानार्थी : গাজনি, ঢেৰেকনি

अर्थ : ভয় ভীত কৰোৱাৰ কাৰণে জোৰেৰে ডাঙৰকৈ কৰা শ্্ব্দ

उदाहरणे : ভীমৰ হুংকাৰ শুনি কৌৰৱ পক্ষ সন্ত্রস্ত হৈ পৰিল

समानार्थी : হুংকাৰ

अर्थ : কোনো হিংস্র জন্তুৱে মতা ডাঙৰ শ্্ব্দ

उदाहरणे : বাঘৰ গোজৰ শুনাৰ লগে লগে মানুহৰ মাজত হুৱা-দুৱা লাগিল

समानार्थी : গোজৰ

चौपाल