सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি চঞ্চল নহয়
उदाहरणे : মানুহজন গম্ভীৰ স্বভাৱৰ
समानार्थी : অচঞ্চল, অচপল, গপচ, গহীন, গহীন-গম্ভীৰ, গুৰু-গম্ভীৰ, ধীৰ, সুগম্ভীৰ, স্থিৰ
अर्थ : চিন্তা কৰাৰ যোগ্য
उदाहरणे : তেওঁৰ ্অৱস্থা চিন্তনীয়
समानार्थी : চিন্তনীয়, চিন্তাজনক, শোচনীয়
स्थापित करा