सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : অতি সূক্ষ্মকৈ
उदाहरणे : এই তথ্যৰ খবৰ পাবৰ কাৰণে গভীৰ অধ্যয়নৰ আৱশ্যক
समानार्थी : গহন
अर्थ : বহুত ভাল ধৰণৰ
उदाहरणे : তেওঁ গভীৰ টোপনি মাৰি আছিল
समानार्थी : গাঢ়
अर्थ : যাৰ বিস্তাৰ তলৰ ফাললৈ বেছি
उदाहरणे : তেওঁ দ পুখুৰীত ডুব গʼল
समानार्थी : অগাধ, অগাধনি, অতল, অথাউনি, অথানি, দ
स्थापित करा