सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ভাৰযুক্ত হোৱা অৱস্থা বা ভাব
उदाहरणे : গধুৰ হোৱাৰ কাৰণে তেওঁ এই বস্তুটো উঠাব নোৱাৰিলে
समानार्थी : গধুৰতা
अर्थ : যি মাত্রা হিচাপত অধিক
उदाहरणे : মন্ত্রী মহোদয়ে এই বছৰ বহুত ডাঙৰ বাজেট উত্থাপন কৰি
समानार्थी : বহুত ডাঙৰ, বৃহৎ
अर्थ : অত্যধিক ওজনৰ
उदाहरणे : গধুৰ বস্তু নাদাঙিবা
समानार्थी : গুৰুভাৰ, ভাৰী, মহাভাৰ
स्थापित करा