सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি
उदाहरणे : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়
समानार्थी : অৱস্থা, গতিক, দশা, ধৰণ, ধৰণ-কৰণ, পৰিস্থিতি, হাল, হালত, ৰূপ
अर्थ : যʼৰ পৰা কোনো কার্য, ্ঘটনা আদিৰ দিশ সলনি হয়
उदाहरणे : ইয়াৰ পৰা কাহিনীটোৱে এক নতুন মোৰ লয়
समानार्थी : মোৰ
अर्थ : প্রতি ঘণ্টাত অতিক্রম কৰা দূৰত্ব
उदाहरणे : গাড়ীখন ১০ কিলোমিটাৰ গতিৰে গৈছে
समानार्थी : তীব্রতা, বেগ
अर्थ : চলি যোৱা বা গতি কৰা কার্য
उदाहरणे : তেওঁ তীব্র গতিৰে কʼৰবালৈ গৈ আছে
स्थापित करा