सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : শত্রুৰ পৰা ৰক্ষা পাবৰ কাৰণে চাৰিওপিনৰ পৰা দেৱালেৰে আগুৰা আৰু সুদৃঢ়ভাৱে সজা ভৱন
उदाहरणे : মোগল যুগৰ দুর্গবোৰ স্থাপত্য কলাৰ ভাল নিদ্্র্শন
समानार्थी : কিলা, কিল্লা, কোঠ, দুর্গ
अर्थ : একতকৈ অধিক ৰাশি যোগ কৰি সেই সংখ্যাৰে ভাগ কৰিলে লাভ কৰা ৰাশি
उदाहरणे : দুই আৰু চাৰিৰ মধ্যমান ৰাশি তিনি
समानार्थी : মধ্যমান
अर्थ : সুৰক্ষাৰ কাৰণে চাৰিওফালে সাজি লোৱা দেৱাল
उदाहरणे : সৈনিকে গড় ভাঙি কিল্লাটোত সোমাই পৰিল
समानार्थी : কোঠ, প্রাচীৰ
स्थापित करा