सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : সজা বা সজোৱা ভাব
उदाहरणे : তেওঁৰ শৰীৰৰ গঠন আটিল
समानार्थी : গাঁথনি
अर्थ : অনেক অৱয়বযুক্ত ৰচনা
उदाहरणे : মানুহৰ আভ্যন্তৰীণ শাৰীৰিক গঠন জটিল
समानार्थी : ৰচনা
अर्थ : কোনো বস্তুৰ বাহিৰৰ সেই অংশ যাৰ যোগেদি বস্তুবিধৰ দীঘ, প্রস্থ, প্রকাৰ, গুণাগুণ সম্পর্কে ্ জানিব পাৰি:দ্রৱৰ কোনো নিজা আকাৰ নাই
उदाहरणे :
समानार्थी : আকাৰ, গঢ়, মূর্তৰূপ, স্বৰূপ, ৰূপ
अर्थ : সংস্থা বা মণ্ডলী আদি বনোৱা কার্য
उदाहरणे : বিদেশী শাসনৰ পৰা ভাৰতবর্ষক মুক্ত কৰিবৰ কাৰণে ভালেমান বিদ্রোহী সংস্থাৰ গঠন কৰিছিল
समानार्थी : প্রতিষ্ঠা, স্থাপনা
अर्थ : এটা এককৰ ৰূপত থকা মানুহ বা বস্তুৰ ব্যৱস্থা বা ক্রম
उदाहरणे : সুৰক্ষাত্মক বেহু ভেদা সহজ নহয়
समानार्थी : বেহু
स्थापित करा