पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील গজাল शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

গজাল   বিশেষ্য

अर्थ : বেৰ আদিত বিন্ধিবলৈ কাঠ, লোহা আদিৰে নির্মিত শকত পিন

उदाहरणे : সীতাই কাপোৰ ওলমাবলৈ বেৰত গজাল মাৰিছে

समानार्थी : খুঁটি, গোঁজ

अर्थ : কʼৰবাত বিন্ধিবলৈ বা পুতিবলৈ ব্যৱহাৰ কৰা লোহা বা কাঠৰ মিহি খুঁটি

उदाहरणे : ৰামে কাপোৰ ওলমাবলৈ বেৰত গজাল মাৰিছে

समानार्थी : গোঁজ

अर्थ : ধাতুৰে তৈয়াৰী শাল বা খিলা

उदाहरणे : তেওঁ চিগা চেণ্ডেলজোৰত গজাল মাৰি আছে

चौपाल