अर्थ : আকাশক চুব পৰাৰ সমান ওখ
उदाहरणे :
চহৰত গগনচুম্বী ভৱন দেখিবলৈ পোৱা যায়
समानार्थी : উত্তুংগ, গগনচুম্বী, ্গগনস্পর্শী
अर्थ : গগন বা আকাশক ভেদ কৰোতা বা বহুত তীব্র
उदाहरणे :
পোন্ধৰ আগষ্টৰ দিনাখন গগনভেদী শ্লোগানেৰে আকাশ মুখৰিত হৈ আছিল
समानार्थी : আকাশভেদী