पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील খৰিয়াল शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

খৰিয়াল   বিশেষ্য

अर्थ : কোনো কথাত হোৱা দন্দ্ব বা তর্কা-তর্কি

उदाहरणे : তেওঁ ্ কাজিয়াৰ কাৰণ জানিব বিচাৰিছে

समानार्थी : কন্দল, কলহ, কলৌ, কাজিয়া, কাজিয়া-পেচাল, জগৰা, ঝগড়া, দন, দন-খৰিয়াল, দন-হাই, দন্দ-খৰিয়াল, দন্দ্ব, বাদ-বিবাদ, বিবাদ, যুঁজ, যুঁজ-্বাগৰ, হাই-কাজিয়া, হুৰা-মুৰা, হুৰামুৰি

अर्थ : দুজন ব্যক্তিয়ে বা দুটা দলে শত্রুতাপূর্ণ ব্যৱহাৰ কৰি নিজৰ-নিজৰ মতত এজনে আন জনৰ বিৰুদ্ধে অটল হৈ ভাব

उदाहरणे : সৰু কথাটোক লৈয়েই তেওঁলোক দুজনৰ মাজত কাজিয়া লাগিল

समानार्थी : কাজিয়া, থোতা-মোজা, দন, দন্দ

चौपाल