पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील খোৱা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

খোৱা   বিশেষ্য

अर्थ : খোৱা কার্য

उदाहरणे : আমি জংঘলত বাঘে কুকুৰ এটা ভক্ষণ কৰি থকা দেখিলোঁ

समानार्थी : ভক্ষণ

খোৱা   ক্ৰিয়া

अर्थ : মুখৰ সহায়ত খাদ্য আদি পেটলৈ লৈ যোৱা কার্য

उदाहरणे : লʼৰাজনৰ ভাত খোৱা হʼল বেমাৰীজনে ঔষধটো গিলিলে

समानार्थी : আহাৰ কৰা, গিলা, ভক্ষণ কৰা, ভোজন কৰা

अर्थ : মদ সেৱন কৰা

उदाहरणे : উৎসৱৰ দিনাখনো তেওঁ ্খায়

समानार्थी : গিলা, পান কৰা

अर्थ : কোনো বস্তু প্রয়োজনতকৈ অধিক ব্যৱহাৰ হোৱা বা নষ্ট হোৱা

उदाहरणे : এই গাড়ীখনে বহুত পেট্রʼল খায়

समानार्थी : লোৱা

अर्थ : জুলীয়া বস্তু মুখত লৈ গলেৰে লৈ যোৱা

उदाहरणे : সি গাখীৰ খাইছে মানুহজনে মদ্য পান কৰিছে

समानार्थी : গলাধঃকৰণ কৰা, পান কৰা, পি-খোৱা

अर्थ : চিন্তা, বেমাৰ আদিৰ পৰা শৰীৰৰ ওপৰত কুপ্রভাৱ পৰা বা কাৰোবাৰ মৃত্যু হোৱা

उदाहरणे : বোৱাৰীৰ মৃত্যুৰ পিছতো মাক চিন্তাই খাই মাৰিছে

अर्थ : কথা আদিৰে অশান্তি কৰি থকা

उदाहरणे : আজি সি মোৰ মূৰ খাই দিছে

समानार्थी : চোবোৱা

अर्थ : বাহি থোৱা ভোজন গ্রহণ কৰা

उदाहरणे : কথা সমাপ্তিৰ পিছত ভক্ত সকলে শাৰী পাতি বহি খাই আছিল

समानार्थी : ভোজন কৰা

अर्थ : কোনো খোৱা বস্তু মুখৰ ভিতৰত সুমুৱাই লৈ ইফালে-সিফালে কৰা

उदाहरणे : তেওঁ মর্টন ্চোৱাই আছে

समानार्थी : চোৱোৱা

अर्थ : বতাহ, সেমেকা বতৰ আদিত ধাতু নষ্ট হোৱা অৱস্থা

उदाहरणे : বৰষুণত লোহা মামৰে খায়

समानार्थी : ধৰা

अर्थ : ব্যক্তিৰ গুণ আদি নষ্ট কৰা

उदाहरणे : অহংকাৰে মানুহক বর্বাদ কৰে

समानार्थी : নষ্ট কৰা, বর্বাদ কৰা

चौपाल