अर्थ : কোনো বস্তুৰ সন্মুখৰ আচ্ছাদন বা ওপৰৰ আৱৰণ আঁতৰোৱা
उदाहरणे :
সময় হোৱাৰ লগে লগে মঞ্চৰ আঁৰ্কাপোৰ খোল খালে
समानार्थी : খোল খোৱা
अर्थ : গুপ্ত বা গূঢ় কথা প্রকট বা স্পষ্ট কৰা
उदाहरणे :
তেওঁ নিজৰ প্রেম বিবাহৰ ৰহস্য খুলিলে
अर्थ : বন্ধা অথবা জোৰা লগোৱা বস্তু আঁতৰি যোৱা
उदाहरणे :
মোৰ ধুতিখন খুলি গʼল আপোনাৰ কামিজৰ বুটামটো খুলি গʼল
समानार्थी : খুলি যোৱা
अर्थ : ঢকা বা বাধা দিয়া বস্তু আঁতৰোৱা
उदाहरणे :
কোনোবা আদিছে, দুৱাৰখন খোলা
अर्थ : কোনো সঁজুলিৰ মেৰামতি কৰিবৰ বাবে তাৰ অংগবোৰ পৃথক কৰা
उदाहरणे :
ঘড়ীৰ মেকানিকে বেটাৰী লগাবৰ বাবে ঘড়ীটো খুলিলে
अर्थ : পিন্ধা বস্তু পৃথক কৰা
उदाहरणे :
লʼৰাটোৱে গা-ধোৱাৰ কাৰণে নিজৰ কাপোৰ খুলিলে
समानार्थी : সোলোকোৱা
अर्थ : বন্ধন, গাঁঠি আদি খোলা
उदाहरणे :
জোতাৰ ৰচীডাল খোলা
अर्थ : নিতৌ কার্য আৰম্ভ ্হোৱা
उदाहरणे :
এই বেংকটো ন বজাত খোলে
अर्थ : নতুনকৈ আৰম্ভ কৰা
उदाहरणे :
প্রতিবেশীয়ে বাচনৰ আৰু এখন দোকান খুলিলে
अर्थ : বেংক আদিত খাটা আৰম্ভ কৰা
उदाहरणे :
ইয়াৰ সকলো কর্ম্্চাৰীয়ে কানাড়া বেংকত খাটা খুলিছে
अर्थ : ঢাকি নৰখা বা আৱৰি নৰখা
उदाहरणे :
উদং হৈ থকা বস্তুবোৰ ঢাকি ৰাখা
समानार्थी : অনাচ্ছাদিত, অনাবৃত, অনাৱেষ্টিত, আৱৰণহীন, উদং, উন্মুক্ত, ঢঢৈয়া, ঢাকনহীন, ধোবাং বাং, ফলং লং, ফলংলঙীয়া, ফলঙা, মুকলি, মুকলি-হাকলি
अर्थ : যিটো বন্ধ নহয়
उदाहरणे :
খোলা দুৱাৰেদি কুকুৰটো ভিতৰলৈ আহিল
अर्थ : কঠোৰতাৰ শুধৰণি বিচৰা তথা প্রগতিশীল বিচাৰধাৰাৰ সমর্থক
उदाहरणे :
সমাজত উদাৰ ব্যক্তিৰ বহু প্রয়োজন আছে
समानार्थी : অকপট, উদাৰ, উদাৰ-চিতীয়া, উদাৰ-মনা, উদাৰচিত্ত, উদাৰচেতা, উদাৰমতি, উদাৰমনা, খোলামনৰ, পেটেমুখে একে, মনে মুখে একে