अर्थ : কোনো টান বস্তুৰ ওপৰত ধাৰাল বস্তুৰে কাৰচাজি কৰা বা লিখা কার্য
उदाहरणे :
তেওঁ ্মার্বল ্পাথৰত নিজৰ নাম খোদাই কৰিলে
समानार्थी : উৎকী্র্ণ ্কৰা, খোদিত কৰা
अर्थ : কাটি পেলাই পৃথক কৰা
उदाहरणे :
খনিকৰজনে মূর্তি সাজিবৰ কাৰণে শিলটোত খোদাই কৰি আছে