सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো এক স্থানত বিভিন্ন ঠাইৰ পৰা আহি লগ-লগা ৰেখা বা ধৰাতলৰ কাষৰ ঠাই:বজাৰৰ দক্ষিণ কোণত মিঠাইৰ দোকানখন আছে
उदाहरणे :
समानार्थी : কোণ, কোণা, খোহ, চুক
अर्थ : চাৰিওফালে বেৰ আদিৰে আৱৰি ৰখা ঘৰৰ সৰু অংশ:মোৰ কোঠাটো দুই নম্বৰ পথৰ সমীপতে আছে
समानार्थी : কক্ষ, কামৰা, কুঠলি, কুঠৰী, কেবিন, কোঠা, কোঠালি, খোটালি, ৰূম
स्थापित करा