अर्थ : ইফালে-সিফালে পৰি থকা বা সিঁচা হৈ থকা
उदाहरणे :
চৰাইবিলাকে মাটিত সিঁচৰতি হৈ থকা শস্যৰ দানাবোৰ বুটলিছে
समानार्थी : বিকী্র্ণ, বিশৃঙ্খল, সিঁচৰতি, সিঁচৰি-পিচৰি
अर्थ : ওলট-পালট , ইফাল-সিফাল বা বদলি কৰা
उदाहरणे :
তুমি অশৃংখলিত বস্তুবোৰ ঘৰত থৈ আহিবা
समानार्थी : অশৃংখলিত