अर्थ : ভয় খুৱাই বা চক খুৱাই ইফালে-সিফালে ভগোৱা কার্য
उदाहरणे :
লʼৰা-ছোৱালীবোৰে জন্তুবোৰক চিঞৰি-বাখৰি খেদিলে
समानार्थी : উচাপ খুওৱা
अर्थ : কোনোৱে কʼৰবাৰ পৰা আঁতৰি যাবলৈ বাধ্য হোৱাকৈ কৰা কাম
उदाहरणे :
ভাৰতীয় বীৰসকলে শত্রুক খেদি পঠালে
समानार्थी : খেদি পঠোৱা