पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील খুৰা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

খুৰা   বিশেষ্য

अर्थ : শিং থকা চাৰিঠেঙীয়া জন্তুৰ ভৰিৰ একেবাৰে তলত থকা টান ফটা অংশ

उदाहरणे : খেতিপথাৰৰ ঠায়ে-ঠায়ে গৰুৰ খুড়াৰ চিন আছে

समानार्थी : খুড়া

अर्थ : পালেং, চকী আদিৰ তলত থকা সৰু স্তম্ভসদৃশ অংশ যাৰ সহায়ত তাৰ বাকী অংশ থিয় হৈ থাকে

उदाहरणे : এই পালেঙখনৰ এটা খুৰা ভাঙি থাকিল

समानार्थी : খুটা

अर्थ : দেউতাৰ ভায়েক:মোৰ খুৰা এজন নাম কৰা ডাক্তৰ

उदाहरणे :

समानार्थी : খুৰাদেউ, দদাই, দদাইদেউ

अर्थ : ঘোঁৰাৰ ভৰিৰ তলৰ অংশ

उदाहरणे : ঘোঁৰাৰ খুৰাৰ তললৈ অহা ছাগলী পোৱালীটোৱে গচক খালে

चौपाल