पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील খুন शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

খুন   বিশেষ্য

अर्थ : কোনো মানুহ, প্রাণী আদিক জানিবুজি কোনো উদ্দেশ্যৰে মাৰি পেলোৱা কার্য

उदाहरणे : তেওঁ নিজৰ দেউতাকক হত্যা কৰিলে যিকোনো প্রাণীকে হত্যা কৰা মহাপাপ

समानार्थी : বধ, হত্যা

अर्थ : শৰীৰৰ সিৰা-উপসিৰাত প্রবাহিত ৰঙা ৰঙৰ জুলীয়া পদার্থ

उदाहरणे : শৰীৰৰ পৰা তেজ ওলাই থকা স্বত্বেও সৈনিকজনে যুদ্ধক্ষেত্রত যুঁজি থাকিল

समानार्थी : তেজ, তেজকুৰ, লহু, লোহিত, শোণিত, ৰক্ত, ৰুধিৰ

अर्थ : কোনো ব্যক্তিয়ে বা ব্যক্তিৰ দ্বাৰা আন ব্যক্তিক তৎক্ষণাত আক্রমণ কৰি মাৰি পেলোৱা........

उदाहरणे : ইন্দিৰা গান্ধীৰ দেহৰক্ষীয়েই তেওঁক হত্যা কৰিলে

समानार्थी : নিধন, প্রাণ লোৱা, প্রাণ-সংহাৰ, প্রাণনাশ, প্রাণে মৰা, বধ, বিনাশ, মাৰণ, মৰা-, শেষ, সংহাৰ, হত্যা, হনন

चौपाल