सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : শিল, কাঠ আদিৰে বনোৱা গোলাকাৰ, চাৰিচুকীয়া থিয় ওখ খণ্ড বা এনেকুৱা আকাৰৰ এক গঠন
उदाहरणे : স্তম্ভৰ পৰা ভগৱান নৰসিংহ আৱি্র্ভাব হৈছিল
समानार्थी : পিলাৰ, স্তম্ভ, স্থানু
अर्थ : পালেং, চকী আদিৰ তলত থকা সৰু স্তম্ভসদৃশ অংশ যাৰ সহায়ত তাৰ বাকী অংশ থিয় হৈ থাকে
उदाहरणे : এই পালেঙখনৰ এটা খুৰা ভাঙি থাকিল
समानार्थी : খুৰা
अर्थ : বিষাক্ত পোক-পতঙ্গ, জন্তু আদিয়ে দাতেৰে কামোৰা কার্য
उदाहरणे : খেতিয়কজনক খেতি-পথাৰত সাপে খুটিলে
समानार्थी : কামোৰা, ডকা
स्थापित करा