सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো বস্তু আদিক কোনো অংশত জোৰেৰে সুমুৱাই দিয়া
उदाहरणे : মোহনে সোহনৰ পেটত চাকুৰে হানিলে
समानार्थी : বিদ্ধ কৰা, ভৰাই দিয়া, হনা, হানি দিয়া
अर्थ : কোমল অংশত কোনো জোঙা বস্তু আদি ভৰাই দিয়া
उदाहरणे : তেওঁ ্ মোৰ হাতত বেজীৰে খুঁচি দিলে
समानार्थी : খুঁচি দিয়া, সুমুওৱা, সুমুৱাই দিয়া
स्थापित करा