सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : বতাহ আৰু পোহৰ সোমাবৰ কাৰণে বেৰত কৰা সৰু দুৱাৰৰ দৰে অংশ:এই কোঠাটোত এখন খিৰিকি আছে
उदाहरणे :
समानार्थी : খিড়িকি, গৱাক্ষ, জানলা, জানালা, বাতায়ন
अर्थ : বতাহ চলাচল আৰু পোহৰ সোমোৱাৰ সুচল হোৱাকৈ কোনো ঘৰ আদিত সজা দর্জাৰ নিচিনা কিন্তু তাতকৈ সৰু অংশবিশেষ
उदाहरणे : তেওঁ খিৰিকিৰে বাহিৰ ওলাই গʼল
समानार्थी : গৱাক্ষ, বাতায়ন
अर्थ : বতাহ আৰু পোহৰ সোমোৱাৰ কাৰণে বেৰত সজা জালি থকা ডাঙৰ অংশ বা ছেদ
उदाहरणे : ঘৰখনত বতাহ চলাচল কৰিবৰ কাৰণে তেওঁ প্রতিটো কোঠাতে খিৰিকি লগাইছে
समानार्थी : খিৰিকী, গৱাক্ষ, বাতায়ন
अर्थ : ঘৰ, গাড়ী, জাহাজ আদিৰ বেৰ বা ছাদত বতাহ তথা পোহৰ আহিবলৈ বনোৱা খোলা অংশক খুলিবৰ বাবে বা বন্ধ কৰিবৰ বাবে কাঠ বা ধাতুৰ গঠন যʼত কাঁচ আদি লগোৱা থাকে
उदाहरणे : কোনোবাই কাৰ খনৰ খিৰিকিৰ ্কাঁচ ভাঙিলে
स्थापित करा