सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কাকো উপেক্ষিত নকৰা ভাব
उदाहरणे : তেওঁ ্ডাঙৰৰ কথাত ধ্যান নিদি নিজৰ ইচ্ছামতে কাম কৰে
समानार्थी : ধ্যান, মনোযোগ
अर्थ : স্মৰণশক্তিৰ দ্বাৰা একত্র বা লাভ হোৱা জ্ঞান
उदाहरणे : সৰুকালৰ স্মৃতি অহাৰ লগে মন আনন্দত ভৰি পৰে
समानार्थी : স্মৃতি, স্মৰণ
अर्थ : অনুভব আৰু স্মৃতিৰে মনত জন্মা কোনো ভাব
उदाहरणे : নিজৰ ভাব অনুসৰি মানুহে আচৰণ কৰে
समानार्थी : খেয়াল, ভাব, ভাবনা, মনোভাব
अर्थ : অানৰ উন্নতি বা ভাল হোৱা দেখি পোৱা মানসিক কষ্ট
उदाहरणे : মোৰ উন্নতি দেখি ্ তেওঁ ঈর্ষাত জ্বলি মৰিছে
समानार्थी : অন্তর্দাহ, অসূয়া, ঈর্ষা, খিয়লা-খিয়লি, পৰশ্রীকাতৰতা, বিদ্বেষ, বুকুৰ পোৰণি, মাৎসর্য্য, হিংসা
अर्थ : মনত উদয় হোৱা কথা
उदाहरणे : মোৰ মতে এই কামটো এতিয়াই হৈ যোৱা উচিত বিচাৰৰ ওপৰত বিবেকৰ অংকুশ নিশ্চয় থকা উচিত
समानार्थी : খেয়াল, বিচাৰ, মত
स्थापित करा