सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : হাতত পিন্ধা এবিধ গহণা:শীলাই সোণৰ খাৰু পিন্ধি আছিল
उदाहरणे :
समानार्थी : কংকণ, কঙ্কণ
अर्थ : গোলাকাৰ বস্তু
उदाहरणे : মোৰ ওচৰত এপাত ৰূপৰ খাৰু আছে তেওঁৰ মুখত চুলিৰ বলয় ওলমি আছে
समानार्थी : বলয়, বৃত্ত
अर्थ : কোনো বস্তু আদিক আটক কৰিবলৈ লগোৱা সৰু খাৰু বিশেষ
उदाहरणे : তেওঁ ্ দুৱাৰৰ শিকলিডাল খাৰুত লগাই তলা মাৰি দিলে
समानार्थी : খাৰুৱা
अर्थ : শিকলিৰ ৰচীৰ এক অংশ
उदाहरणे : শিকলিৰ আঙুঠি চিগি বলদটোৱে খেতিৰ ফালে দৌৰিলে
समानार्थी : আঙুঠি
स्थापित करा