पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील খাৰিজ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

খাৰিজ   বিশেষণ

अर्थ : যিটো স্বীকৃত নহয় বা স্বীকাৰ কৰা হোৱা নাই

उदाहरणे : চৰকাৰে শ্রমিকসকলৰ দাবী খাৰিজ কৰিলে

समानार्थी : অননুমোদিত, অস্বীকৃত, নামঞ্জুৰ, প্রত্যাখ্যাত

अर्थ : যিটো ৰদ বা নাকচ কৰি দিয়া হৈছে

उदाहरणे : সম্পত্তি ৰখা সম্বন্ধীয় এটা প্রস্তাৱক লোকসভাত নাকচ কৰি দিয়া হৈছে

समानार्थी : নাকচ, ৰদ

अर्थ : এৰা বা ত্যাগ কৰা বা পৃথক কৰা

उदाहरणे : সমাজৰ পৰা বহিষ্কৃত কৰা মানুহৰ ঘৰৰ লগত কোনো লোকে সম্পর্ক ্বজাই ৰাখিব নিবিচাৰে

समानार्थी : বহিষ্কৃত

अर्थ : বাহিৰ কৰা বা উলিয়াই পঠিওৱা

उदाहरणे : প্রতিযোগিতাৰ পৰা বহিষ্কৃত খেলুৱৈসকলে কৈফিয়ৎ দিয়াৰ কাৰণে আৰু এবাৰ সুযোগ প্রদান কৰা হʼব

समानार्थी : বহিষ্কৃত

चौपाल