सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কাৰো সৈতে নথকা
उदाहरणे : তেওঁ ঘৰত অকলে আছে
समानार्थी : অকলে, একাকী
अर्थ : ভিতৰত একো নথকা বা যি অপূর্ণ
उदाहरणे : ভিক্ষাৰীজনৰ খালী পাত্রটোত পথাচাৰীজনে কেইটামান পইচা দি দিলে
समानार्थी : উকা, উদং, শূন্য, শূন্যগর্ভ, ৰিক্ত
अर्थ : যি কোনো কামত ব্যস্ত নহয়
उदाहरणे : মই এই সময়ত খালী আছোঁ
समानार्थी : কামহীন, ্কর্মহীন
अर्थ : যি কোনো সময়ত কোনো কাৰণবশতঃ ব্যৱহাৰ হৈ থকা নাই
उदाहरणे : আজি মোৰ গণিতৰ ঘণ্টাটো খালী আছে
स्थापित करा