सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো লোকৰ বা বস্তুবাহানিৰ পৃথকে পৃথকে হিচাপ ৰখা বহী
उदाहरणे : দোকানীজনে মোৰ হিচাপখিনি কৰিবৰ কাৰণে খাটা-বহী উলিয়ালে
समानार्थी : খাটা বহী, খাটা-বহী
अर्थ : বেংকৰ দ্বাৰা দিয়া এক ধৰণৰ নিধিৰ হিচাপ-নিকাচ কৰিব পৰা বহী
उदाहरणे : মোৰ খাটাত মাত্র পাঁচশ টকা আছে
समानार्थी : একাউণ্ট, একাউণ্ট বহী
स्थापित करा