सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : বহুত খাব পৰা ব্যক্তি
उदाहरणे : ৰামানন্দ বৰ খাইকহ, সি এবাৰত বহুত ভাত খাব পাৰে
समानार्थी : জীয়াভূত, পেটুৱা, ৰাক্ষহ
अर्थ : অত্যধিক খাওঁ্তা
उदाहरणे : খাৱৰীয়া মানুহে এবাৰতে এক কিলো চাউলৰ ভাত খাব পাৰে
समानार्थी : অতিভোজী, খঁকুৱা, খকুৱা, খাৱৈচ, খাৱৰীয়া, দাঁহুৰা, দাহুৰা, পেটুক
स्थापित करा