पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील খল शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

খল   বিশেষ্য

अर्थ : দুষ্ট বা মিছলীয়া ব্যক্তি

उदाहरणे : দুর্জনৰ সংগৰ ্পৰা আঁতৰি থাকিবা

समानार्थी : দুর্জন, দুৰাচাৰী, দুৰাত্মা, বেয়া মানুহ, শঠ, ্হাৰামি

খল   বিশেষণ

अर्थ : দুষ্কর্ম কৰোতা বা যি ভাল কাম নকৰে

उदाहरणे : দুষ্কর্মলৈ ভয় কৰিবা, কিন্তু ্দুষ্কর্মী লোকলৈ নহয়

समानार्थी : কু-কর্মক্াৰী, দুষ্কর্মী, দুষ্কার্যক্াৰী, দুষ্কৃতিকাৰী, দুৰাচাৰী, ্অপকর্মী, ্দুষ্কর্মক্াৰী

अर्थ : দোষযুক্ত বা যিয়ে দুষ্টামি কৰে:দুষ্ট মানুহে সদায় বেলেগৰ অহিত চিন্তা কৰে

उदाहरणे :

समानार्थी : অধম, অসজ, অসজ্জন, অসন্ত, অসাধু, দুর্জন, দুষ্ট, পাঁজী, শঠ, হাৰামী, ্ বদমাচ

अर्थ : ভালৰ ওলোটা বা বিপৰীত

उदाहरणे : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়

समानार्थी : অধম, অনুচিত, অপকৃষ্ট, অসৎ, গর্হিত, দুষ্ট, নিকৃষ্ট, নীচ, বদ, বেয়া, মন্দ

चौपाल