सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কাৰোবাৰ বাক্য বা সিদ্ধান্তৰ খণ্ডন কৰাৰ কাৰণে বা তাৰ বিৰোধ কৰিবৰ কাৰণে কোৱা কথা
उदाहरणे : পৃথিৱী স্থিৰ আৰু সূর্য গতিশীল, এই কথাৰ পোনপ্রথম প্রতিবাদ কৰিছিল গেলিলিওৱে
समानार्थी : প্রতিবাদ, বিৰোধ
अर्थ : ভঙা-চিঙা বা কটা-কটি কৰা কার্য
उदाहरणे : পুলিচে মূর্তি খণ্ডনত লাগি থকা মানুহক ধৰি লৈ গʼল
स्थापित करा