पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील খণ্ড शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

খণ্ড   বিশেষ্য

अर्थ : কোনো কবিতা বা গীতৰ কোনো চৰণ বা পদ

उदाहरणे : সীতাই স্বৰচিত কবিতাৰ এটা খণ্ড শুনালে

अर्थ : কোনো বস্ত্র বা পোছাক তৈয়াৰ কৰিবৰ বাবে বনোৱা সিমান পৰিমাণৰ কাপোৰ

उदाहरणे : শীলাই বজাৰৰ পৰা এটা ব্লাউজৰ পীচ কিনিলে

समानार्थी : টুকুৰা, পীচ

अर्थ : কোনো অংগ বা অবয়বৰ এক, যাৰ সংযোগত বিভিন্ন বস্তু তৈয়াৰ কৰা হয়

उदाहरणे : এই যন্ত্রটোৰ সকলো খণ্ডই যন্ত্রালয়ত তৈয়াৰ কৰা

समानार्थी : অংগ, অংশ, টুকুৰা, বিভাগ, ভাগ

अर्थ : যিকোনো বস্তুৰ গোটা টুকুৰা

उदाहरणे : এই মন্দিৰটো ডাঙৰ ডাঙৰ শিলাখণ্ডেৰে নির্মিত এই মন্দিৰটো শিলৰ ডাঙৰ ডাঙৰ টুকুৰাৰে নির্মিত

समानार्थी : টুকুৰা

अर्थ : ইতিহাসৰ বা ব্যক্তিৰ জীৱনৰ এক নিশ্চিত সময়

उदाहरणे : মুম্বাইৰ ঘটনাবোৰে এক নতুন ভয়াবহ অধ্যায়ৰ আৰম্ভ কৰি দিলে

समानार्थी : অধ্যায়, পর্ব

अर्थ : কোনো নির্দিষ্ট সময়ৰ মূৰে-মূৰে এবাৰকৈ প্রকাশ পাই থকা পত্র, পত্রিকা আদি

उदाहरणे : এইটো এই পত্রিকাখনৰ দ্বিতীয় সংখ্যা

समानार्थी : অংক, নম্বৰ, সংখ্যা

अर्थ : ফল আদিৰ কটা বা ফালি থোৱা খণ্ড

उदाहरणे : তেওঁ আপেলটোৰ চাৰি টুকুৰা কৰিলে

समानार्थी : টুকুৰা, ভাগ

अर्थ : কোনো গ্রন্থ, ইতিহাস বা মানৱ জীৱনৰ একোটা অংশক কৰা নামকৰণ:ভকতজনে তিথি উপলক্ষে কীর্ত্তনৰ পাঁচটা অধ্যায় ব্যাখ্যা কৰিলে

उदाहरणे :

समानार्थी : অংক, অধ্যায়, অনুচ্ছেদ, আধ্যা, ছেদ, পাঠ, ভাগ

चौपाल