सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : শৰীৰত খুউবকৈ খজুওৱা এবিধ ৰোগ
उदाहरणे : তেওঁক খজতিয়ে আমনি কৰিছে
समानार्थी : খজতি, খজুলি
अर्थ : কোনো অংগক খজুৱাবলে প্রৱল ইচ্ছা হোৱা
उदाहरणे : মোৰ ভৰিত খজুৱতি হৈছে
अर्थ : খজুৱতি উঠা অৱস্থা বা ভাৱ
उदाहरणे : খৰৰ খজুৱতিৰ পৰা তেওঁ বৰ আমনি পাইছে
स्थापित करा