पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील কৰা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

কৰা   বিশেষ্য

अर्थ : কোনো কাম কৰা কার্য ্বা ভাৱ

उदाहरणे : ইংৰাজসকল ইয়াত বেপাৰ কৰাত সফল হʼল

समानार्थी : কাম কৰা

কৰা   ক্ৰিয়া

अर्थ : খেল আদিত কোনো পইণ্ট বা লক্ষ্য প্রাপ্ত কৰা

उदाहरणे : আমি দুগোল দিলোঁ

समानार्थी : দিয়া, বনোৱা

अर्थ : চৰিতার্থ ্কৰা

उदाहरणे : তেওঁৰ ্ৰামৰ অভিনয় বৰ ভালদৰে কৰিলে

समानार्थी : পালন কৰা

अर्थ : কাৰোবাৰ প্রগতিৰ স্তৰ নিৰূপণ কৰা কার্য

उदाहरणे : শ্যামে নতুন শ্রেণীত কেনেকুৱা কৰিছে

अर्थ : কোনো কাম আদিত ভালদৰে নিমগ্ন হোৱা

उदाहरणे : তুমি নিজৰ কাম কৰা, সফলতা নিশ্চয় এদিন আহিব

समानार्थी : লাগি থকা

अर्थ : (ত) লগোৱা বা কৰা

उदाहरणे : চেষ্টা কৰা সন্ধান কৰা প্রেম কৰিবা, যুদ্ধ নহয়

अर्थ : কোনো কাম আৰম্ভণিৰ পৰা সমাপ্তিৰ ফালে লৈ যোৱা

उदाहरणे : এই কামটো নিষ্পত্তি কৰি লোৱা, তাৰ পিছত আন কাম কৰিবা

समानार्थी : ঠিক কৰা, নিষ্পত্তি কৰা, শেষ কৰা, সম্পাদন কৰা

अर्थ : * গুণ বা লক্ষণেৰে যুক্ত কৰা অথবা কাৰোবাক নিশ্চিত গুণ দিয়া

उदाहरणे : মোক মূর্খ ্ সজাব নালাগে এই কথাটোকে ডাঙৰ কৰিব নালাগে

समानार्थी : বনোৱা, সজোৱা

चौपाल