अर्थ : যাৰ ওপৰত কৰ বা মাছুল লগোৱা হোৱা নাই
उदाहरणे :
দোকানীজনে কৰমুক্ত খাদ্যৰ এখন তালিকা প্রস্তুত কৰি আছে
समानार्थी : কৰ মুক্ত
अर्थ : যʼত কৰ আৰোপ কৰা হোৱা নাই
उदाहरणे :
ৰজাই দুর্ভিক্ষৰ কাৰণে প্রজাক কৰমুক্ত কৰি দিলে
समानार्थी : কৰহীন