सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো ব্যক্তিৰ কামৰ পৰা বা সম্পত্তি, ব্যাপাৰ আদিৰ পৰা কোনো অধিকাৰীয়ে নিজৰ কাৰণে লোৱা নিয়ত ধন
उदाहरणे : মোগল যুগত শাসক আৰু সামন্তই ভাৰতীয় জনসাধাৰণৰ পৰা বিভিন্ন ধৰণৰ কৰ আদায় কৰিছিল
समानार्थी : কটল, কাটল, কৰ, খাজনা, টেক্স, শুল্ক
अर्थ : খেতি-বাতিৰ মাটিত লগোৱা কৰ
उदाहरणे : জমীদাৰী যুগত খাজনা দিব নোৱাৰা কৃষকৰ খেতি ক্রোক কৰা হৈছিল
समानार्थी : কটল, কাটল, কৰ, খাজনা, খেৰাজ, টেক্স, শুল্ক
स्थापित करा