सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো উচিত, আৱশ্যক বা ভাললগা কথা নোহোৱাৰ কাৰণে মনত হোৱা দুখ
उदाहरणे : মই আপোনাৰ কামটো সময়মতে কৰিব নোৱাৰাৰ বাবে দুখিত
समानार्थी : অনুতাপ, আফচোচ, খেদ, গ্লানি, দুঃখ, দুঃখিত, দুখ, দুখিত
अर्थ : মনত হেঁচি ৰখা ক্রোধ, দুখ বা দ্বেষ
उदाहरणे : দেউতা কার্যালয়ৰ পৰা ঘূৰি অহাৰ লগে লগেই মায়ে দিনটোৰ ক্ষোভ উজাৰিলে
अर्थ : কোনো ভয়ানক বা চিন্তাজনক ঘটনাৰ কাৰণে মানুহে খোৱা ভয় যাৰ ফলস্বৰূপে মানুহে নিজক ৰক্ষা কৰাৰ উপায় চিন্তা কৰে
उदाहरणे : বোমা বিস্ফোৰণৰ লগে লগে মানুহৰ মাজত অশান্তি বিয়পি পৰিল
समानार्थी : অশান্তি, উদ্বেগ
स्थापित करा