अर्थ : কোনো কাৰণত হোৱা ক্ষতিক পূৰণ কৰা কার্য
उदाहरणे :
এই লোকচানৰ ক্ষতিপূৰণ আমি ভৰিম
अर्थ : কিহবাৰ হানি হোৱাৰ পৰিৱর্তে দিয়া ধন
उदाहरणे :
ৰেল দুর্ঘ্্টনাত মৃত লোকৰ পৰিয়ালবর্গক এতিয়ালৈকে কোনো ক্ষতিপূৰণ দিয়া হোৱা নাই