सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : অতীত, বর্ত্্মান আৰু ভৱিষ্যতৰ ধাৰণাৰ বাবে মিনিট, ঘণ্টা, বছৰ আদিত জোখা দূৰত্ব বা গতি
उदाहरणे : সময় কাৰোবাবে ৰৈ নাথাকে
समानार्थी : কাল, বেলা, সময়
अर्थ : কোনো কাম বা উদ্দেশ্য সহজতে সোনকালে আৰু সুবিধাজনকভাৱে হোৱা এক সময় বা পৰিস্থিতি
उदाहरणे : এই কামটো কৰিবৰ সময় হʼল
समानार्थी : দাও, বেলা, সময়, সুচল, সুযোগ
अर्थ : কাল বা সময়ৰ সবাটোকৈ সৰু একক
उदाहरणे : এক ক্ষণ পলৰ চাৰি ভাগৰ এভাগৰ সমান
समानार्थी : নিমেষ, লহমা
अर्थ : অনিশ্চিত কম সময়
उदाहरणे : আপুনি এখন্তেক ৰওক মই এক চেকেণ্ডত আহিম
समानार्थी : খন্তেক, চেকেণ্ড, মিনিট
स्थापित करा