अर्थ : যি ক্রম অনুসৰি আছে
उदाहरणे :
পৃথিৱীত জীৱৰ ক্রমাগত বিকাশ হৈছে
समानार्थी : অনুক্রমিক, আনুপূর্বিক, ক্রমবদ্ধ, ক্রমানুযায়ী, ক্রমানুসাৰী, ক্রমিক
अर्थ : ক্রমান্বয়ে অহা বা হোৱা
उदाहरणे :
ক্রমাগত হাৰত সেনাৰ মনোবল ভাঙি গৈছে
समानार्थी : অনুক্রমিক, আনুপূর্বিক, ক্রমানুযায়ী, ক্রমানুসৰি, ক্রমিক