पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील কোষাগাৰ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

কোষাগাৰ   বিশেষ্য

अर्थ : বহুমূলীয়া বা উৎকৃষ্ট বস্তুৰ সংগ্রহ

उदाहरणे : তেওঁৰ ওচৰত পুৰণি মুদ্রা, গহণা আদিৰ ভাণ্ডাৰ আছে

समानार्थी : কোষ, ভঁৰ্াল, ভঁৰ্াল ঘৰ, ভাণ্ডাৰ

अर्थ : বহুত ধন থকা কোষ বা স্থান

उदाहरणे : ডকাইতে কোষাগাৰত থোৱা সকলো ধন লুট কৰি লৈ গʼল

समानार्थी : কোষ, খাজানা, ভাণ্ডাৰ

अर्थ : ৰজা বা ধনীসকলে কাপোৰ বা গহনা ৰখা ডাঙৰ কোঠা বা স্থান

उदाहरणे : চোৰবোৰে কোষাগাৰৰ চিপাহীক বেহুচ কৰি দিলে

चौपाल