पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील কোষ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

কোষ   বিশেষ্য

अर्थ : বহুমূলীয়া বা উৎকৃষ্ট বস্তুৰ সংগ্রহ

उदाहरणे : তেওঁৰ ওচৰত পুৰণি মুদ্রা, গহণা আদিৰ ভাণ্ডাৰ আছে

समानार्थी : কোষাগাৰ, ভঁৰ্াল, ভঁৰ্াল ঘৰ, ভাণ্ডাৰ

अर्थ : ক্রম অনুসৰি শ্্ব্দৰ অর্থ আৰু পৰিচয় থকা গ্রন্থ

उदाहरणे : আজিও হিন্দী ভাষাত এখন ভাল অভিধানৰ অভাৱ

समानार्थी : অভিধান, কোষগ্রন্থ, শ্্ব্দকোষ, শ্্ব্দার্থকোষ, শ্্ব্দার্থগ্রন্থ

अर्थ : বহুত ধন থকা কোষ বা স্থান

उदाहरणे : ডকাইতে কোষাগাৰত থোৱা সকলো ধন লুট কৰি লৈ গʼল

समानार्थी : কোষাগাৰ, খাজানা, ভাণ্ডাৰ

अर्थ : সকলো প্রাণীৰ মূল গঠনাত্মক তথা কার্যাত্মক একক যাৰ দ্বাৰা প্রাণীসমূহৰ নি্র্মাণ হৈছে

उदाहरणे : অনুবীক্ষণেৰে চালে কোষ এক কক্ষৰ ৰূপত দেখা যায়

समानार्थी : জীৱৰ একক

अर्थ : সঞ্চিত ধন, জ্ঞান আদি

उदाहरणे : ককাদেউতা এটা চলমান জ্ঞানৰ ভাণ্ডাৰ

समानार्थी : খাজানা, নিধি, ভাণ্ডাৰ

अर्थ : উদ্ভিদ বা জীৱদেহৰ ক্ষুদ্রতম অংশ বিশেষ

उदाहरणे : মানৱ শৰীৰত ভালেমান প্রকাৰৰ কোষ পোৱা যায়

चौपाल