सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ৰোগ বা পীড়া আদিৰ ৰৈ ৰৈ উঠা বেগ
उदाहरणे : বিষৰ কোব উঠাৰ লগে-লগে তেওঁ চিঞৰি উঠিল
समानार्थी : বেগ, সোঁত
अर्थ : শীঘ্র হোৱাৰ অৱস্থা বা ভাব
उदाहरणे : কের্কেটুৱাটোৱে বেগাই গছৰ ওপৰত উঠি গʼল তেওঁৰ ্কামত তীব্রতা আছে
समानार्थी : ক্ষিপ্রগতি, ক্ষিপ্রতা, তীব্রতা, দ্রুতগতি, দ্রুততা, দ্রুতবেগ, বেগা-বেগি, বেগাই, শীঘ্রতা, সত্বৰতা
अर्थ : কোনো বস্তুৰ ওপৰত আন বস্তু জোৰকৈ আহি পৰি যোৱা কার্য, যʼত কেতিয়াবা কেতিয়াবা অনিষ্ট বা হানিও হয়
उदाहरणे : তেওঁ ্ লাঠিৰে মোক আঘাত কৰিলে
समानार्थी : আঘাত, ঘা, চোট, জখম, প্রহাৰ, মাৰ
स्थापित करा