पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील কোণ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

কোণ   বিশেষ্য

अर्थ : কোনো এক স্থানত বিভিন্ন ঠাইৰ পৰা আহি লগ-লগা ৰেখা বা ধৰাতলৰ কাষৰ ঠাই:বজাৰৰ দক্ষিণ কোণত মিঠাইৰ দোকানখন আছে

उदाहरणे :

समानार्थी : কোণা, খোঁক, খোহ, চুক

अर्थ : ঘৰ, গলী অথবা পথৰ আগফালে ওলাই থকা কোণা বিশেষ

उदाहरणे : চাৰিআলিটোৰ চকত থিয় হৈ থকা লʼৰাটোক ট্রাকে চেপিলে

समानार्थी : কর্ণাৰ, কোণা, চক, চুক

अर्थ : মৈদাৰে তৈয়াৰ কৰা শংকু আকৃতিৰ বস্তু যʼত আইচক্রীম ভৰাই খোৱা হয়

उदाहरणे : কোণ বহুত মচমচীয়া হʼলে খাই ভাল লাগে

समानार्थी : আইচক্রীম কোণ

अर्थ : দুডাল সৰল ৰেখা পৰস্পৰ লগহোৱা স্থান

उदाहरणे : এই কোণটো পঞ্চল্লিশ ডিগ্রীৰ

चौपाल