सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : এশ লাখ বুজোৱা সংখ্যা
उदाहरणे : কোটিত একৰ পিছত সাতটা শূন্য হয়
समानार्थी : কৌটি, কৌড়, কৌৰ, ১০০০০০০০
अर्थ : অংকৰ হিচাপত এককৰ স্থানৰ পৰা গণনা কৰিলে অষ্টম স্থানত পোৱা মান যʼত কোটি গুণিতক পোৱা যায়
उदाहरणे : চাৰিকোটি একত চাৰি কোটিৰ স্থানত থাকে
अर्थ : এশ লাখ:ৰাজীৱে এক কোটি টকা পুৰস্কাৰ হিচাপে পাইছে
उदाहरणे :
समानार्थी : এক কোটি, কৌটি, ১০০০০০০০
स्थापित करा